মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান

প্ৰায়োগিক অভিনয় (ফিল্ম আৰু টিভি) বিভাগ

প্ৰায়োগিক অভিনয় (ফিল্ম আৰু টিভি) বিভাগ

 

পাঠ্যক্ৰমৰ সময়এবছৰীয়া ডিপ্লোমা কোৰ্চ
প্ৰৱেশৰ যোগ্যতা(১০+২) বা সমপৰ্যায়ৰ (যিকোনো শাখা)
অধ্যাপক অনুপ হাজৰিকা, প্ৰবক্তা (এ.পি.এ.) বিভাগৰ ভাৰপ্ৰাপ্ত

 

প্ৰায়োগিক অভিনয় বিভাগৰ আন্তঃগাঁঠনি:

প্ৰায়োগিক শ্ৰেণীৰ কাম চলাবলৈ এখন দেৱাল আকাৰৰ আইনাৰে সৈতে অভিনেতাৰ বাবে এটা সুসজ্জ্বিত ষ্টুডিঅ থকাৰ উপৰিও ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ প্ৰায়োগিক অভিনয় (ছবি আৰু দূৰদৰ্শন) বিভাগটো ফিল্ম প্ৰজেক্টৰ, প্ৰজেকচন স্ক্ৰীণ, বাদ্যযন্ত্ৰ, মাৰ্চিয়েল আৰ্টৰ সঁজুলি, স্পীকাৰ, ভিডিঅ কেমেৰা (কেনন লেগ্ৰিয়া এইছ.এফ.এম ৩০০, লগত সকলো সঁজুলি)টিভি চেট, ডি.ভি.ডি প্লেয়াৰ আৰু তথ্য সংগ্ৰহৰ বাবে হাৰ্ড ডিস্ক আদিৰে সুসজ্জ্বিত। স্থানীয় ছবি উদ্যোগ মঞ্চ আৰু নেচনেল স্কুল অব ড্ৰামাৰ সুশিক্ষিত অধ্যাপকসকলে এই বিভাগত শিক্ষা প্ৰদান কৰে।