মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান

মোচনৰ পিকচাৰ ফটোগ্ৰাফী (MPP) বিভাগ

ফমোচনৰ পিকচাৰ ফটোগ্ৰাফী (MPP) বিভাগ

 

পাঠ্যক্ৰমৰ সময়৩ বছৰীয়া ডিপ্লোমা কোৰ্চ
প্ৰৱেশৰ যোগ্যতা(১০+২) বা সমপৰ্যায়ৰ (পদাৰ্থবিদ্যা, ৰসায়ন আৰু গণিত লৈ বিজ্ঞান শাখা)
অধ্যাপক কিশোৰ কুমাৰ শৰ্মা, বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্জীৱ পৰাশৰ, নিয়মিত উপস্থিত অধ্যাপক

 

বিভাগৰ আন্তঃগাঁথনি:

  1. কেনন ১২০০ ডি ষ্টীল কেমেৰাৰ লগত সঁজুলিসমূহ
  2. কেনন ৫-ডি মাৰ্ক-৩ ভিডিঅ কেমেৰা লগত সকলো সঁজুলি
  3. ব্লেক মেজিক উৰ্চা ভিডিঅ কেমেৰা লগত সকলো সঁজুলি
  4. অন্তৰ্দৃশ্য আৰু বৰ্হিদৃশ্যৰ শ্বুটিঙৰ বাবে ষ্টুডিঅ লাইট আৰু আন আন সঁজুলি
  5. ষ্টিডি কেম
  6. হেণ্ডিকেমচ্
  7. ৱেভফৰ্ম এণ্ড ভেক্টৰ স্কোপ আৰু
  8. ক্ৰোমা কী চেট আপ