অডিঅগ্ৰাফী এণ্ড ছাউণ্ড ইঞ্জিনীয়াৰিং বিভাগ (ASE)
পাঠ্যক্ৰমৰ সময় | ৩ বছৰীয়া ডিপ্লোমা কোৰ্চ |
প্ৰৱেশৰ যোগ্যতা | (১০+২) বা সমপৰ্যায়ৰ (পদাৰ্থবিদ্যা, ৰসায়ন বিজ্ঞান শাখা আৰু এ.এম.পি., গণিত) |
অধ্যাপক | ফাৰুক ইকবাল, বিভাগৰ ভাৰপ্ৰাপ্ত চুংখাম ইংগো – নিয়মিত উপস্থিত অধ্যাপক |
বিভাগটোৰ আন্তঃগাঁথনি
আমাৰ অডিঅগ্ৰাফী আৰু ছাউণ্ড ইঞ্জিনীয়াৰিং বিভাগটো নিম্নোক্ত আধুনিক কম্পিউটাৰাইজড্ সম্পাদনৰ সঁজুলিৰে সজ্জ্বিত –
১. সঙ্গীত ৰেকৰ্ডিং/সম্পাদনা চেট
২. ৫.১ মিক্সিং চেট আপ
৩. ৫.১ ৰি-ৰেকৰ্ডিং চেট আপ
৪. চাইলেণ্ট জেনেৰেটৰৰ সৈতে চিংক ছাউণ্ড ৰেকৰ্ডিং চেট আপ
৫. মিডিয়া মেনেজমেণ্ট ফেচিলিটী
৬. প্ৰণ্টুলচ্ এইছ.ডি এণ্ড নুৱেঞ্জো ৭ ৱৰ্কষ্টেচন
৭. মাল্টি কেম অনলাইন অডিঅ ৰেকৰ্ডিং চেট আপ
৮. ষ্টেট অৱ আৰ্ট ইকুইপমেণ্টচ এণ্ড মাইক্ৰোফোন