মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান

অডিঅগ্ৰাফী এণ্ড ছাউণ্ড ইঞ্জিনীয়াৰিং বিভাগ (ASE)

অডিঅগ্ৰাফী এণ্ড ছাউণ্ড ইঞ্জিনীয়াৰিং বিভাগ (ASE)

পাঠ্যক্ৰমৰ সময়৩ বছৰীয়া ডিপ্লোমা কোৰ্চ
প্ৰৱেশৰ যোগ্যতা(১০+২) বা সমপৰ্যায়ৰ (পদাৰ্থবিদ্যা, ৰসায়ন বিজ্ঞান শাখা আৰু এ.এম.পি., গণিত)
অধ্যাপকফাৰুক ইকবাল, বিভাগৰ ভাৰপ্ৰাপ্ত
চুংখাম ইংগো – নিয়মিত উপস্থিত অধ্যাপক

বিভাগটোৰ আন্তঃগাঁথনি

আমাৰ অডিঅগ্ৰাফী আৰু ছাউণ্ড ইঞ্জিনীয়াৰিং বিভাগটো নিম্নোক্ত আধুনিক কম্পিউটাৰাইজড্ সম্পাদনৰ সঁজুলিৰে সজ্জ্বিত –

     ১. সঙ্গীত ৰেকৰ্ডিং/সম্পাদনা চেট
     ২. ৫.১ মিক্সিং চেট আপ
     ৩. ৫.১ ৰি-ৰেকৰ্ডিং চেট আপ
     ৪. চাইলেণ্ট জেনেৰেটৰৰ সৈতে চিংক ছাউণ্ড ৰেকৰ্ডিং চেট আপ
     ৫. মিডিয়া মেনেজমেণ্ট ফেচিলিটী
     ৬. প্ৰণ্টুলচ্ এইছ.ডি এণ্ড নুৱেঞ্জো ৭ ৱৰ্কষ্টেচন
     ৭. মাল্টি কেম অনলাইন অডিঅ ৰেকৰ্ডিং চেট আপ
     ৮. ষ্টেট অৱ আৰ্ট ইকুইপমেণ্টচ এণ্ড মাইক্ৰোফোন