মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান

ফিল্ম আৰু ভিডিঅ এডিটিং (FVE) বিভাগ

ফিল্ম আৰু ভিডিঅ এডিটিং (FVE) বিভাগ

পাঠ্যক্ৰমৰ সময়৩ বছৰীয়া ডিপ্লোমা কোৰ্চ
প্ৰৱেশৰ যোগ্যতা(১০+২) বা সমপৰ্যায়ৰ (যিকোনো শাখা)
অধ্যাপক ফাৰুক ইকবাল, প্ৰবক্তা (ASE), বিভাগৰ ভাৰপ্ৰাপ্ত হিৰণ্য কলিতা, নিয়মিত উপস্থিত অধ্যাপক প্ৰাঞ্জুল কাশ্যপ, নিয়মিত উপস্থিত অধ্যাপক

বিভাগৰ আন্তঃগাঁথনি

আমাৰ চলচ্চিত্ৰ আৰু ভিডিঅ বিভাগটো নিম্নোক্ত আধুনিক কম্পিউটাৰাইজড্ সম্পাদনা সঁজুলিৰে সুসজ্জ্বিত-

  1. ফাইনেল কাট প্ৰো (FCP) এডিটিং ৱৰ্ক ষ্টেচন
  2. এভিড মিডিয়া কম্পোজাৰ ৱৰ্ক ষ্টেচন
  3. দা ভিঞ্চি ৰিজোল্ভ ১২ ফিল্ম কালাৰ গ্ৰেডিং চেট আপ লগত ব্লেক মেজিক ৪কে কাৰ্ড এণ্ড ফুল এইছ.ডি. প্ৰজেকচন চিষ্টেম।
  4. ভি.এফ.এক্স এণ্ড এনিমেচন চেট আপ
  5. এলাইট ফুল এইছ.ডি. ২কে প্ৰজেকচন স্ক্ৰীণ
  6. চোনী এইছ.ডি.আৰ. ১৫০০ এ.এইছ.ডি. টেপ ৰেকৰ্ডাৰ
  7. লেচি এক্সটাৰনেল মিডিয়া হাৰ্ড ড্ৰাইভ
  8. চোনী ব্লু-ৰে মাষ্টাৰিং ডিভাইচ
  9. মাল্টি কেম্ অনলাইন এডিটিং চেট