ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ (DBHRGFTI) মূল বিভাগকেইটা হল –
- ডিঅগ্ৰফী এণ্ড ছাউণ্ড ইঞ্জিনীয়াৰিং (ASE) বিভাগ
- ফিল্ম এণ্ড ভিডিঅ এডিটিং (FVE) বিভাগ
- মোচন পিকচাৰ ফটোগ্ৰাফী (MPP) বিভাগ
- এপ্লাইড এক্টিং (ফিল্ম এণ্ড টিভি) বিভাগ