মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান

আন্তঃগাঁঠনি আৰু সুবিধাসমূহ

পুঁথিভঁড়ালটো হৈছে এখন অনুষ্ঠানৰ মুখাৱয়ব। ড০ ভূপেন হাজিৰকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানটোৰ যদিও এটা সৰু পুথিভঁড়ালহে আছে, কিন্তু ইয়াত যথেষ্ট উচ্চ মানদণ্ডৰ পুথি আছে। বিভিন্ন বিষয়, যেনে- অডিঅগ্ৰাফী এণ্ড ছাউণ্ড ইঞ্জিনীয়াৰিং, ফিল্ম এণ্ড ভিডিঅ এডিটিং, মোচন পিকচাৰ ফটোগ্ৰাফী, ভিডিঅ এণ্ড ষ্টীল ফটোগ্ৰাফী, অভিনয়, থিয়েটাৰ, চলচ্চিত্ৰ নিৰ্দেশনা, সংগীত, পোহৰ আৰু সাহিত্য আদিৰ পুথি ইংৰাজী, হিন্দী, বেংগলী আৰু অসমীয়া ভাষাত পোৱা যায়। এই কিতাপবিলাকৰ উপৰিও ড০ ভূপেন হাজিৰকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ পুথিভঁড়ালত প্ৰায় ৪০০মান বিশ্বৰ ধ্ৰুপদী, ভাৰতীয় ধ্ৰুপদী, হলিউড আৰু বলিউডৰ বাণিজ্যিক, বেংগলী, অসমীয়া, ইৰাণীয়ান, কোৰিয়ান, জাপানী, লেটিন আমেৰিকাৰ ছবি বিস্তৃতভাৱে DVD আৰু CD আকাৰে পোৱা যায়। ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিষ্ঠানে পুথিভঁড়ালত ইয়াত ছাত্ৰ-ছাত্ৰীৰ বাবে ই-লাইব্ৰেৰীৰ ব্যৱস্থাও কৰিছে।

অডিঅগ্ৰাফী আৰু ছাউণ্ড ইঞ্জিনীয়াৰিং বিভাগ

অডিঅগ্ৰাফী আৰু ছাউণ্ড ইঞ্জিনীয়াৰিং বিভাগত নিম্নোক্ত আধুনিক কম্পিউটাৰাইজড্ সঁজুলিবিলাক আছে –

গান ৰেকৰ্ডিং/এডিটিং চেট

৫.১ মিক্সিং চেট আপ

৫.১ ৰি-ৰেকৰ্ডিং চেট আপ

চাইলেণ্ট জেনেৰেটৰৰ সৈতে চিংক ছাউণ্ড ৰেকৰ্ডিং চেট আপ

মিডিয়া মেনেজমেণ্ট ফেচিলিটী

প্ৰণ্টুলচ্ এইছ.ডি এণ্ড নুৱেঞ্জো ৭ ৱৰ্কষ্টেচন

মাল্টি কেম অনলাইন অডিঅ ৰেকৰ্ডিং চেট আপ

ষ্টেট অৱ আৰ্ট ইকুইপমেণ্টচ এণ্ড মাইক্ৰোফোন

অধ্যাপকসকল

ফাৰুক ইকবাল, বিভাগৰ ভাৰপ্ৰাপ্ত

চুংখাম ইংগো, নিয়মিত উপস্থিত অধ্যাপক

মোচন পিকচাৰ ফটোগ্ৰাফী বিভাগ

চলচ্চিত্ৰ বিভাগটো আধুনিক কম্পিউটাৰাইজড্ কেমেৰাৰ লগতে নিম্নোক্ত সঁজুলিসমূহ আছে-

কেনন ১২০০ ডি ষ্টীল কেমেৰাৰ লগত সঁজুলিসমূহ

কেনন ৫-ডি মাৰ্ক-৩ ভিডিঅ কেমেৰা লগত সকলো সঁজুলি

ব্লেক মেজিক উৰ্চা ভিডিঅ কেমেৰা লগত সকলো সঁজুলি

অন্তৰ্দৃশ্য আৰু বৰ্হিদৃশ্যৰ শ্বুটিঙৰ বাবে ষ্টুডিঅ লাইট আৰু আন আন সঁজুলি

ষ্টিডি কেম

হেণ্ডিকেমচ্

ৱেভফৰ্ম এণ্ড ভেক্টৰ স্কোপ আৰু

ক্ৰোমা কী চেট আপ

অধ্যাপকসকল

কিশোৰ কুমাৰ শৰ্মা, বিভাগৰ ভাৰপ্ৰাপ্ত

সঞ্জীৱ পৰাশৰ, নিয়মিত উপস্থিত অধ্যাপক

ফিল্ম এণ্ড ভিডিঅ এডিটিং বিভাগ

ফিল্ম এণ্ড ভিডিঅ এডিটিং বিভাগটো নিম্নোক্ত আধুনিক কম্পিউটাৰাইজড্ এডিটিং সঁজুলিৰে সজ্জ্বিত-

ফাইনেল কাট প্ৰো (FCP) এডিটিং ৱৰ্ক ষ্টেচন

এভিড মিডিয়া কম্পোজাৰ ৱৰ্ক ষ্টেচন

দা ভিঞ্চি ৰিজোল্ভ ১২ ফিল্ম কালাৰ গ্ৰেডিং চেট আপ লগত ব্লেক মেজিক ৪কে কাৰ্ড এণ্ড ফুল এইছ.ডি. প্ৰজেকচন চিষ্টেম।

ভি.এফ.এক্স এণ্ড এনিমেচন চেট আপ

এলাইট ফুল এইছ.ডি. ২কে প্ৰজেকচন স্ক্ৰীণ

চোনী এইছ.ডি.আৰ. ১৫০০ এ.এইছ.ডি. টেপ ৰেকৰ্ডাৰ

লেচি এক্সটাৰনেল মিডিয়া হাৰ্ড ড্ৰাইভ

চোনী ব্লু-ৰে মাষ্টাৰিং ডিভাইচ

মাল্টি কেম্ অনলাইন এডিটিং চেট

অধ্যাপক সকল

ফাৰুক ইকবাল, প্ৰবক্তা (এ.এছ.ই.) বিভাগৰ ভাৰপ্ৰাপ্ত

হিৰণ্য কলিতা, নিয়মিত উপস্থিত অধ্যাৰক

প্ৰাঞ্জুল কাশ্যপ, নিয়মিত উপস্থিত অধ্যাপক

প্ৰায়োগিক অভিনয় (ছবি আৰু দূৰদৰ্শন) বিভাগ

প্ৰায়োগিক শ্ৰেণীৰ কাম চলাবলৈ এখন দেৱাল আকাৰৰ আইনাৰে সৈতে অভিনেতাৰ বাবে এটা সুসজ্জ্বিত ষ্টুডিঅ থকাৰ উপৰিও ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিষ্ঠানৰ প্ৰায়োগিক অভিনয় (ছবি আৰু দূৰদৰ্শন) বিভাগটো ফিল্ম প্ৰজেক্টৰ, প্ৰজেকচন স্ক্ৰীণ, বাদ্যযন্ত্ৰ, মাৰ্চিয়েল আৰ্টৰ সঁজুলি, স্পীকাৰ, ভিডিঅ কেমেৰা, টি.ভি. চেট, ডি.ভি.ডি প্লেয়াৰ আৰু তথ্য সংগ্ৰহৰ বাবে হাৰ্ড ডিস্ক আদিৰে সুসজ্জ্বিত। স্থানীয় ছবি উদ্যোগ মঞ্চ আৰু নেচনেল স্কুল অব ড্ৰামাৰ সুশিক্ষিত অধ্যাপকসকলে এই বিভাগত শিক্ষা প্ৰদান কৰে।

অধ্যাপক

অনুপ হাজৰিকা, প্ৰবক্তা (এ.পি.এ.), বিভাগৰ ভাৰপ্ৰাপ্ত