মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান

ফলাফল

কাৰিকৰী শিক্ষা সঞ্চালকালয়ে (DTE) পৰীক্ষা পৰিচালনা কৰে। ডিপ্লোমা কোৰ্চৰ বাবে ৬টা চেমিষ্টাৰ পৰীক্ষা হয়। এজন ছাত্ৰ/ছাত্ৰীয়ে চেমিষ্টাৰ পৰীক্ষাত বহিবলৈ হলে শ্ৰেণীৰ হাজিৰা ৮০ শতাংশ হব লাগিব। এজন ছাত্ৰ/ছাত্ৰীয়ে প্ৰথম পৰীক্ষাটোকে ৰি তিনিটা সুযোগত বেক চেমিষ্টাৰটোত উত্তীৰ্ণ হব লাগিব। যদি তেওঁ অকৃতকাৰ্য হয়, তেন্তে তেওঁক কাৰিকৰী শিক্ষাৰ বাবে অনুপযুক্ত বুলি ঘোষণা কৰা হব আৰু তেওঁৰ প্ৰতিষ্ঠানটোত অধ্যয়নৰ বাবে অনুমতি নাপাব।

(বিশদ জানিবলৈ পৰীক্ষা সমিতিৰ পৰীক্ষাৰ নিয়ম আৰু বিনিয়মৰ pdf দ্ৰষ্টব্য)

মূল্যায়নৰ নিময় – যদিও অভিনয়, আৰু ছবি নিৰ্মাণৰ বাবে আন আন কাৰিকৰী গঢ়-গতিসমূহ যেনে- ছাউণ্ড ডিজাইনিং, চিনেমাটোগ্ৰাফী আৰু এডিটিং (সম্পাদনা) হৈছে প্ৰায়োগিক আৰু দৃশ্য-শ্ৰাৱ্য কলাকৃতিহে, কিন্তু প্ৰতিটো পাঠ্যক্ৰমৰ প্ৰতি বিষয়ত এক সুস্থ, তত্ত্বগত, প্ৰায়োগিক আৰু নন্দনতাত্ত্বিক জ্ঞান লাভৰ বাবে ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিষ্ঠানে শৈক্ষিক দিশটোৰ ওপৰত বেছি গুৰুত্ব দিছে আৰু তাত্ত্বিক আৰু প্ৰায়োগিক বি,য়ত ছমাহৰ মূৰে মূৰে সঠিক সময়ত চেমিষ্টাৰ পৰীক্ষা পাতে, যাতে ছাত্ৰৰ পঠনৰ আৰু ছাত্ৰজনৰ উন্নয়নৰ মাপ পোৱা যায়। শিক্ষা বৰ্ষ (২০০৭-১৮)ৰ বাবে ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিষ্ঠানৰ নতুনকৈ নিৰ্বাচিত ছাত্ৰৰ তালিকা, ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিষ্ঠানৰ প্ৰৱেশিকা পৰীক্ষাৰ ফলাফল, ২০১৭। ২০১৭ চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত ১ম, ৩য় আৰু ৫ম চেমিষ্টাৰৰ ফলাফলৰ (এতিয়াও ওলোৱা নাই। কিন্তু ৩১ জুলাইৰ আগতে যোগ দিব পৰা যাব) ইয়াতে click কৰক।