ক্ৰ. নং. | ব্যক্তিৰ নাম | পদবী |
---|---|---|
১ | ডঃ প্ৰদীপ কুমাৰ গোস্বামী, | অধ্যক্ষ |
২ | আয়ুক্ত আৰু সচিব সাংস্কৃতিক পৰিক্ৰমা বিভাগ | সদস্য |
৩ | সঞ্চালক, সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালকালয়, অসম | সদস্য |
৪ | সঞ্চালক, কাৰিকৰী শিক্ষা, অসম | সদস্য |
৫ | কাৰিকৰী শিক্ষাৰ কাৰণে সৰ্ব ভাৰতীয় পৰিষদৰ মনোনীত সদস্য(পদেন) | সদস্য |
৬ | বিত্তীয় পৰামৰ্শদাতা, সাংস্কৃতিক পৰিক্ৰমা বিভাগ | সদস্য |
৭ | শ্ৰী ভূৱন লহকৰ(শিক্ষাবিদ, চলচ্চিত্ৰ কৰ্মী) | সদস্য |
৮ | শ্ৰী গৌতম বৰা (ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক) | সদস্য |
৯ | নোডাল বিষয়া, ডঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান | সদস্য |
১০ | অধ্যাপক, অডিঅ’গ্ৰাফী আৰু শব্দ ইঞ্জিনীয়াৰিং বিভাগ ডঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান | সদস্য |
১১ | অধ্যাপক, প্ৰয়োগিক অভিনয়ৰ বিভাগ(চলচ্চিত্ৰ আৰু টেলিভিছন), ডঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান | সদস্য |
১২ | ছায়াছবি বিভাগ, ভাৰপ্ৰাপ্ত, ডঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান | সদস্য |
১৩ | সঞ্চালক, ডঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান | সদস্য সচিব |